← ফুৰি যাওক

কালকুট

kālakuṭa

অৰ্থ

1.

গৰল; যাক খালেই প্ৰাণ যায়

any deadly poison

বি.

2.

জাপৰী বিহ; বৰবিহ

a vegetable posion; aconite; aconitum ferox

বি.

3.

সাগৰ মথোঁতে উৎপন্ন হোবা বিহ [ইয়াক সদাশিবই পি খাইছিল।]

the poison evolved during the churning of the ocean and swallowed by Śiva

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ