কালচক্ৰ
kālacakra
অৰ্থ
1.
কালৰ চকৰি; সময়ৰ গতি বা পৰিবৰ্ত্তন
change or rotation of time
বি.
2.
মহাকাল; যেনে -"সংহাৰিব সবাকো দুৰ্ব্বাৰ কালচক্ৰ" (মা.ক. অযোধ্যাকাণ্ড)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
kālacakra
কালৰ চকৰি; সময়ৰ গতি বা পৰিবৰ্ত্তন
change or rotation of time
বি.
মহাকাল; যেনে -"সংহাৰিব সবাকো দুৰ্ব্বাৰ কালচক্ৰ" (মা.ক. অযোধ্যাকাণ্ড)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ