কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নোটnoṭaNoun
টোকা; সংক্ষেপে লিখা কথা
a note; a memorandum
- নোটিছnoṭichaNoun
সাধাৰণ লোকেৰ জানিবৰ বাবে দিয়া সূচনা।
notice
- নোবনিnobaniNoun
বিশেষ উপলক্ষ্যত গা ধুওবা কাৰ্য্য
a ceremonial bathing, ablution
- নোবনি-ঘৰnobani-gharaNoun
বেই-ঘৰ।
- নোবনি-বিয়াnobani-biẏāNoun
"নোবাই-তোলনী-বিয়া" চোবাঁ।
- নোবাই-তোলনি, নোবাই-তোলনী বিয়াnobāi-tolani, nobāi-tolanī, biẏāNoun
প্ৰথম ঋতুমতী হোবা কন্যাকে সাত দিনৰ মূৰত নোবাই-ধুবাই অশুচি অবস্হাৰ-পৰা তোলা বা উদ্ধাৰ কৰা উৎসব
the ceremony of giving a ceremonial bath to a girl on the expiry of the unclean days after the first appearance of catamenia
- নোবেল বঁটা প্ৰাপকCommon Noun
নোবেল বঁটা লাভ কৰা ব্যক্তি বা সংস্থা৷
a person or organization who has received the Nobel Prize.
- নোবেল বঁটা বিজয়ীCommon Noun
নোবেল বঁটা লাভ কৰা ব্যক্তি বা সংস্থা৷
a person or organization who has received the Nobel Prize.
- নোমnomaNoun
গাত গজা চুটি চুলি
hair of the body
- নোম-দৰিদ্ৰnoma-daridraNoun
বৰ দুখীয়া মানুহ
a very poor man
- নোলকnolakaNoun
নাকৰপৰা ওলমি থকা মুক্তা আদিৰ অলঙ্কাৰ।
- নোহনোহনিno`h.no`.ho.niVerbal Noun
(শিশুৰ দৰে) অলপ-অলপকৈ, এৰা-ধৰাকৈ কন্দা কান্দোন।
a cry with low, plaintive, broken sounds (like a baby).
- নোহ্ নোহ্noh, nohNoun
অলপ অলপকৈ কান্দোতে ছোবাৰ নিচিনা শব্দ
an imitative word used to express the sound of whimpering
- নোৱনিno`.wo.niAbstract Noun
দৰাৰ বা কন্যাৰ গা ধুওৱাৰ আগেয়ে গাত বটা মাহ হালধিৰে মিহলি তেল ঘঁহা কাৰ্য্য ৷
An acting of smearing with the paste of turmeric and phaseolus radiatus (Mati mah) in presence of mustard oil before bath of a bridegroom or bride.
- নোৱনি-ঘৰno`.wo.ni-ghorMaterial Noun
বিয়াৰ আগেয়ে দৰা বা কইনাক তেল, মাহ, হালধি আদি সানি নোওৱা ঘৰ।
the room in which the anointing ceremony is performed.
- নোৱন্no`.wonAbstract Noun
দৰাৰ বা কন্যাৰ গা ধুওৱাৰ আগেয়ে গাত বটা মাহ হালধিৰে মিহলি তেল ঘঁহা কাৰ্য্য ৷
An acting of smearing with the paste of turmeric and phaseolus radiatus (Mati mah) in presence of mustard oil before bath of a bridegroom or bride.
- নোৱাno`.waVerb-Trans.
(বিয়াৰ আগেয়ে দৰা বা কইনাৰ গাত) তেল, বটা মাহ, হালধি আদি সান্।
to consecrate or make sacred in a ceremony that includes the token applying of oil (as of bride or bridegroom before marriage ceremony).
- নোৱাই-তোলনিno’.wai-to’.lo.niVerbal Noun
ছোৱালী প্ৰথমে ঋতুমতী হোৱাৰ পৰা সাত দিনৰ মূৰত নোৱাই গা ধুওৱা কাৰ্য্য ৷
the ceremony of anointing a girl with unguents and bathing her on the seventh day after the first appearance of catamenia.
- নোৱাখালিno`.wa.kha.liProper Noun
বাংলাদেশৰ এখন জিলা আৰু ইয়াৰ সদৰ৷ এসময়ত আনন্দৰাম বৰুৱা ইয়াৰ উপায়ুক্ত আছিল৷ ১৯৪৭ চনত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰোধৰ বাবে মাহাত্মা গান্ধী ইয়ালৈ আহিছিল৷
Name of a district and its head quater in Bangladesh. Our Anundoram Baruah wad there, servivg as a Deputy Commissioner. Place know of communal clases and peace visit of Mahatma Gandhi.
- নোৱানৈno`.wa.noiProper Noun
দৰং জিলাৰ উল্লেখযোগ্য উপনৈ৷ ভূটানৰ পৰা ওলাই দৰং জিলাৰ মাজেদি আহি ব্ৰহ্মপুত্ৰত মিলিছে
A tributary of Brahmaputra coming from Bhutan flowing through Darrang district of Assam