নোৱা
no`.wa
অৰ্থ
1.
(বিয়াৰ আগেয়ে দৰা বা কইনাৰ গাত) তেল, বটা মাহ, হালধি আদি সান্।
to consecrate or make sacred in a ceremony that includes the token applying of oil (as of bride or bridegroom before marriage ceremony).
সকৰ্মক ধাতু
2.
বাইবেলৰ এটি জনপ্ৰিয় চৰিত্ৰ৷ মহাপ্ৰলয়ৰ পৰা ৰক্ষা কৰিবলৈ, ঈশ্বৰে নোৱাক এখন নাওঁ দিছিল, যত অনান্য প্ৰাণীসহ তেওঁ উঠি জীৱকুলক ৰক্ষা কৰিছিল৷
A Biblical character. Noah`s Ark is the vessel in the Genesis flood narrative (Genesis chapters 6–9) by which God saves Noah, his family, and a remnant of all the world`s animals from the flood.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ