← ফুৰি যাওক

নোট

noṭa

অৰ্থ

1.

টোকা; সংক্ষেপে লিখা কথা

a note; a memorandum

বি.

2.

টকাৰ সলনি চলোবা কাকত

currency note

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ