কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামkāmaNoun
কৰ্ম্ম; বন; কাৰ্য্য; খাটনি
work; business; service
- কাম-কলাkāma-kalāNoun
শৱঙ্গাৰ-বিদ্যা; ৰতি-শাস্ত্ৰ
sexual science
- কাম-কাজkam-kajAbstract Noun
কোনো সুনিদিষ্ট ক্ষেত্ৰৰ বা বিষয়ৰ কাৰ্য বা নিয়মসমূহ৷
a specific deed, action, function, or sphere of action.
- কাম-কেলিkāma-keliNoun
শৱঙ্গাৰ; মতা-তিৰোতাই কাম বা প্ৰেমৰ বশ হৈ পৰস্পৰক আলিঙ্গন, চুমা আদিৰে কৰা ধেমালি
dalliance; sexual intercourse
- কাম-ক্ৰীড়াkāma-krīṛāNoun
কাম-কেলি।
- কাম-চৰাইkāma-carāiNoun
পানী বা দ ঠাইত থকা এবিধ নীলবৰণীয়া ঠোঁট-ৰঙা ডাঙৰ চৰাই
a kind of water-fowl
- কাম-ছায়াkāma-chāẏāNoun
সম্পূৰ্ণকৈ ৰ'দ নপৰা ঘৰৰ ছাঁ পৰা ঠাই।
- কাম-জয়kāma-jaẏaNoun
কাম-ভাব জয় বা দমন কৰা
control of sexual passion
- কাম-পত্নীkāma-patnīNoun
কামদেবৰ পত্নী বা ঘৈণীয়েক; ৰতি
the wife of the Indian Cupid
- কাম-পীড়াkāma-pīṛāNoun
অতিশয় কাম-ভাবৰপৰা বোধ কৰা পীড়া বা অসুখ; সহবাস কৰিবলৈ নাপাই হোবা যন্ত্ৰণা
the pangs of passion
- কাম-বাণkāma-bāṇaNoun
কামদেবৰ বাণ বা কাঁড়
the arrows of Cupid
- কাম-বৰণীয়াkāma-baraṇīẏāNoun
কাম-চৰাইৰ নিচিনা নীল-বকণীয়া
light blue
- কাম-ভাবkāma-bhābaNoun
মতা-তিৰোতাৰ পৰস্পৰে সহবাস বা সম্ভোগ কৰিবৰ ইচ্ছা
desire for sexual intercourse; lust
- কাম-শক্তিkāma-śaktiNoun
পুৰুষ বা তিৰোতাৰ লগত সহবাস কৰিব পৰা শক্তি; কামভাব
carnal desire or power
- কাম-শৰkāma-śaraNoun
কাম-বাণ।
- কাম-সেন্দুৰkāma-senduraNoun
এবিধ সাধু-কথাত উল্লিখিত বস্ত্ত [ইয়াৰে ফোঁট ল'লে যিহকে ইচ্ছা বা কামনা কৰে তাকে পায় বুলি মানুহে ভাবে।]
a fabulous substance which is believed to give anything to a person who marks his or her forehead with it
- কাম-সেন্দূৰkāma-sendūraNoun
এবিধ সাধু-কথাত উল্লিখিত বস্ত্ত [ইয়াৰে ফোঁট ল'লে যিহকে ইচ্ছা বা কামনা কৰে তাকে পায় বুলি মানুহে ভাবে।]
a fabulous substance which is believed to give anything to a person who marks his or her forehead with it
- কামকলাkam.ko.laCommon Noun
হিন্দুশাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱৰ পত্নী
wife of the Hindu god of love, Kamdev
- কামকেশkam.kexMaterial Noun
গুপ্তাংগ বা জননাংগ আৱৰি থকা নোম।
hair around genitals, pubic organs.
- কামচোৰkam.so`rCommon Noun
কামত ফাঁকি দিয়া বা কাম কৰিবলৈ মন নকৰা (এলেহুৱা) লোক৷
a (lazy) person who shuns work.