← ফুৰি যাওক

কাম-পত্নী

kāma-patnī

অৰ্থ

1.

কামদেবৰ পত্নী বা ঘৈণীয়েক; ৰতি

the wife of the Indian Cupid

বি.

2.

খালি কাম-প্ৰবৱত্তি চৰিতাৰ্থ কৰিবৰ কাৰণে ৰখা তিৰোতা; ধৰ্ম্মপত্নী বা বিধিমতে বিয়া নোহোবা তিৰোতা

a concubine

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ