কাম
kāma
অৰ্থ
1.
কৰ্ম্ম; বন; কাৰ্য্য; খাটনি
work; business; service
বি.
2.
প্ৰয়োজন; সকাম
necessity; need
বি.
3.
কাজ; শৰাধ; শ্ৰাদ্ধ
death ceremony
বি.
4.
কাপোৰ, কাঠ, বাঁহ, ধাতু আদি বস্ত্তৰ ওপৰত তাতকৈ ধুনীয়া বস্ত্ত লগাই অলঙ্কৱত কৰা কাৰ্য্য; সোণ, ৰূপ আদি খটোবা কাৰ্য্য
inlaying; deco˙ration
বি.
5.
কামভাব; স্ত্ৰী-পুৰুষৰ পৰস্পৰৰ সম্ভোগৰ ইচ্ছা
carnal desire
বি.
6.
কামদেব
the Indian Cupid
বি.
7.
কামনা; কামনাৰ বস্ত্ত; বাঞ্ছা; যেনে-"সৰ্ব্ব-কাম-বৰিষণ" (ভটিমা)
desire; desired object
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ