কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাবাৰkābāraNoun
অন্ত; সংখ্যাৰ পূৰণ; শেষ
end; finish
- কাবাৰেটMaterial Noun
নাচ গান হোৱা মদ্যপান গৃহ
a nightclub or restaurant where entertainment like dance, music are is held while customers eat or drink at tables.
- কাবিলনামাkābilanāmāNoun
মুছলমানৰ বিয়াৰ সময়ত দৰা-কন্যাৰ ভিতৰত কৰা বান্ধনি বা চুক্তিপত্ৰ
a deed of contract between a Muhammedan husband and wife
- কাবুkābuNoun
ক্ষমতাৰ অধীনলৈ অনা; উপযুক্ত চল; কাৰ্য্য কৰিবৰ সুযোগ
the act of bringing under control; advantage; opportunity
- কাবুকিka.bu.kiProper Noun
কেৱল পুৰুষে গাই,নাচি আৰু মুকাভিনয় প্ৰদৰ্শন কৰি কৰা পৰম্পৰাগত এক জাপানী থিয়েটাৰ৷
a traditional Japanese theatre where song, dance and mime are performed by men/male actors.
- কাবুলka.bulProper Noun
আফগানিস্থানৰ ৰাজধানী৷
Kabul also spelled Cabool, Caubul, Kabol, Kaboul, or Cabul, is the capital and largest city of Afghanistan.
- কাবুলীkābulīNoun
কাবুল দেশৰ মানুহ; আফ্গান
a man of Kabul, the capital of Afghanistan; an Afghan
- কাবুলীবুটka.bu.li.butMaterial Noun
এবিধ ডাঙৰ বুটমাহ৷
a variety of large gram like a bengal gram.
- কাবুৰkāburaNoun
উপযুক্ত নিয়ম বা বিধি
formality
- কাবেৰীka.be.riProper Noun
দক্ষিণ ভাৰতৰ এখন ডাঙৰ নদী৷ পশ্চিম ঘাট পৰ্বতৰ পৰা ওলাই কৰ্নাটক আৰু তামিলনাডুৰ মাজেদি বৈ বংগোপসাগৰত মিলিছে৷
The Kaveri, also spelled Cauvery in English, is a large Indian river. The origin of the river is traditionally placed at Talakaveri, Kodagu in the Western Ghats in Karnataka, flows generally south and east through Karnataka and Tamil Nadu and across the southern Deccan plateau through the southeastern lowlands, emptying into the Bay of Bengal through two principal mouths.
- কাবৈkābaiNoun
এবিধ ঘোদা পানীত থকা কাঠ মাছ [গা অলপ চেপেটা, বৰণ কলীয়া বা ক'লা সেউজীয়া কাণৰ দাঁতিত কাঁতিদঁৰীয়া কাঁইট আৰু গাৰ দুয়ো দাঁতিত কাঁইটীয়া পাখি থাকে; শ'ল আদি মাছৰ দৰে নিশ্বাস নোলোবাকৈ পানীত জীয়াই থাকিব নোবাৰে; বামত বহুত দূৰ বগাই এঠাইৰপৰা আন ঠাইলৈ যায়; ই বৰ পুষ্টিকৰ।]
a kind of muddy water fish; Anabas scandens
- কাবৈ-লাঙিkābai-lāṅiNoun
কাবৈ বা সিমান ডাঙৰ মাছ মৰা লাঙি জাল
a kind of long fishing net
- কাবৈটলিকাNoun
সৰু কাবৈ মাছ; কাবৈ মাছৰ পোবালি।
- কাবৈটিলাNoun
সৰু কাবৈ মাছ; কাবৈ মাছৰ পোবালি।
- কাবৈটেপাNoun
সৰু কাবৈ মাছ; কাবৈ মাছৰ পোবালি।
- কাবৌkābauNoun
বৰকৈ নম্ৰ হৈ কৰা প্ৰাৰ্থনা বা বিনয়; মিনতি
humble entreaty
- কাবৌ-কাকূতিka.bou-ka.ku.tiVerbal Noun
ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।
A humble and earnest request for help from someone in authority.
- কাবৌ-কোকালিNoun
ঘনে ঘনে বৰকৈ অতি নম্ৰভাবে কৰা বিনয় বা প্ৰাৰ্থনা; কাকূতি-মিনতি
repeated and earnest entreaty
- কাব্যkābyaNoun
কবিয়ে কৰা পদ্য-গ্ৰন্হ
poetical work
- কাব্যমালাAbstract Noun
এলানী কবিতা
A series of poems