কাবৈ
kābai
অৰ্থ
1.
এবিধ ঘোদা পানীত থকা কাঠ মাছ [গা অলপ চেপেটা, বৰণ কলীয়া বা ক'লা সেউজীয়া কাণৰ দাঁতিত কাঁতিদঁৰীয়া কাঁইট আৰু গাৰ দুয়ো দাঁতিত কাঁইটীয়া পাখি থাকে; শ'ল আদি মাছৰ দৰে নিশ্বাস নোলোবাকৈ পানীত জীয়াই থাকিব নোবাৰে; বামত বহুত দূৰ বগাই এঠাইৰপৰা আন ঠাইলৈ যায়; ই বৰ পুষ্টিকৰ।]
a kind of muddy water fish; Anabas scandens
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ