← ফুৰি যাওক

কাবুলী

kābulī

অৰ্থ

1.

কাবুল দেশৰ মানুহ; আফ্গান

a man of Kabul, the capital of Afghanistan; an Afghan

বি.

2.

কাবুল দেশত হোবা

made or produced in Kabul

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাবুলী · অসমীয়া অভিধান