কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘোৰাghorāTransitive verb
বেঁকা কৰ্; ভাঁজ লগা; ভিৰা
to bend
- ঘোৰ্ঘোৰা ঘোৰ্ঘোৰণিIntransitive verb
ঘোৰ্ঘোৰ কৰা কাৰ্য্য।
- ঘোৰ্-ঘোৰাgho`r-gho`.raVerb-Intran.
শোঁওতে নাকেৰে শব্দ কৰ।
to breathe noisily during one's sleep.
- ঘৌ ঘৌ কৰেghau, ghau, kareAdverb
ঘাৰপৰা বেগেৰে সোঁত বৈ (তেজ ওলা)
in å rapid current (said of blood coming cut of a wound, etc.)
- ঘৌঘৌবাghaughaubāIntransitive verb
ঘৌ ঘৌ কৰে বা বেগেৰে সোঁত বৈ ওলা বা ব (তেজ)
to flow in a stream (said of blood)
- ঘ্টনাক্ৰমেgho.to.na.kro.meAdverb
কোনো আকস্মিকভাৱে, পূৰ্ববতী কাৰণ নোহোৱকৈ ঘ্টা ৷
in an incidental manner.
- ঘ্ৰাণTransitive verb
গোন্ধ ল; শুঙ্; যেনে-"শিৰ ঘ্ৰাণি দুয়োহন্তো মুখে চুমা দিল" (মা. আদিকাণ্ড)
to smell
- ঘ্ৰাণ লghran loVerb-Trans.
নাকেৰে কোনো বস্তুৰ সুৰভি অনুভৱ কৰ্
to perceive the odor or scent of through the nose
- ঘ্ৰাতব্যVerbal Adj.
গোন্ধ ল’বলগীয়া
good or fit to smell
- ঘৰ গছক্ghor go.sokVerb-Intran.
বিয়াৰ পাছদিনা কইনাই স্বামীগৃহত প্ৰথমবাৰৰ কাৰণে ভৰি দে
to step into the groom`s house by the bride for the first time
- ঘৰ নিৰন্তৰেAdverb
ঘৰে পতি।
- ঘৰ পাতghor patVerb-Trans.
গিৰিয়েক আৰু ঘৈনীয়েক হিচাপে এজনে সিজনক মানি ল৷
to unite as husband and wife
- ঘৰ লোৱাghor.lo.waProper Adj.
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
adapted to live in close association with human.
- ঘৰমুৱাghor.mu.waVerbal Adj.
নিজ ঘৰৰ ফালে মুখ কৰা বা ঘৰ-অভিমুখে যোৱা
going or facing towards one's home
- ঘৰহিgharahiAdverb
ঘৰত; যেনে-"ঘৰহি ঘৰহি সব ফিৰত চকোবা" (বৰগীত)।
- ঘৰা-ঘৰিgharā-ghariAdverb
আপোন আপোন ঘৰলৈ; নিজ নিজ ঠাইলে
to respective houses
- ঘৰে ঘৰেgho.re gho.reAdverb
প্রতি ঘৰলৈ
To every house or family.
- ঘৰে ঘৰে, ঘৰে পতিghare, ghare, ghare, patiAdverb
প্ৰত্যেক ঘৰ বা পৰিয়ালত; প্ৰতি ঘৰত; ঘৰ নিৰন্তৰে; ঘৰ মূৰি
in each house or family
- ঘৰে-পৰেghare-pareAdverb
য'তে-ত'তে; নিজ দেশত আৰু বিদেশত; নিজৰ ঘৰত আৰু আন ঠাইত
everywhere; in one's own family and out of it
- ঘৰেপতিgho.re.po.tiAdverb
প্রতি ঘৰলৈ
To every house or family.