← ফুৰি যাওক

ঘৰেপতি

gho.re.po.ti

অৰ্থ

1.

প্রতি ঘৰলৈ

To every house or family.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

2.

প্রতি ঘৰত ।

At every house or family.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘৰেপতি · অসমীয়া অভিধান