কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এদেও-দুদেওকৈe.deo`-du.deo`.koiAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- এনাজৰীe.na.jo.riAdverb
জৰী নোহোৱাকৈ (সাধাৰণতে মৰম-চেনেহৰ সম্বন্ধ আদি বুজাবলৈ)
without cord ( Generally used for the relation of love and affection)
- এনাভুৱাকৈe.na.bhu.wa.koiAdverb
গম নোপোৱাকৈ|
Without prior knowledge or intention.
- এনিeniAdverb
এইপোনে; এইদিশে; এইফালে
hither; on this side
- এনি-তেনিe.ni-te.niAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- এনেeneAdjective
এইৰূপে; এনেকুবা
such; like this
- এনেইeneiAdverb
একো নোহোবাকৈ; শুদাই; বেচ নোলোবাকৈ
for nothing; without price
- এনেকুবাenekubāAdjective
এই গঢ়ৰ; এই প্ৰকাৰৰ
of this description; such
- এনেকেAdverb
কিবা কৰাৰ উপায় বা ধৰণ, যেনে- কামটো এনেদৰে কৰা
In a way or method shown/demonstrated
- এনেকৈenekaiAdverb
এইদৰে
in this manner
- এনেতেeneteAdverb
এনে সুযোগতে; এনে সময়তে
at such time or opportunity
- এনেদৰেe.ne.do.reAdverb
কিবা কৰাৰ উপায় বা ধৰণ, যেনে- কামটো এনেদৰে কৰা
In a way or method shown/demonstrated
- এনেয়েe.ne.yeAdverb
কোনো মূল্য বা কাৰণ নোহোৱাকৈ ৷
without price or particular object.
- এফলীয়াকৈe.pho.li.ya.koiAdverb
এচুকৰপৰা আন চুকলৈ ।
joining opposite corners of a rectangle, square or other figure.
- এফালেওe.pha.leo`Adverb
কোনোফালে নোহোৱা; নঞৰ্থক শব্দ বাক্যত ব্যৱহাৰ হয়|
In no manner or degree; always followed by a negatives and means.
- এবছৰীয়াe.bo.so.ri.yaVerbal Adj.
মাত্ৰ এক বছৰৰ বাবে বাহাল থকা
in force for one year only
- এবাৰe.barAdverb
done or carried out only one time
- এবেebeAdverb
এতিয়া
now
- এভুebhuAdverb
এতিয়াও
even now
- এভুমুকি মাৰe.bhu.mu.ki marVerb-Intran.
(সাধাৰণতে কথিত)কাৰোবাৰ ঘৰলৈ বা কৰবালৈ হঠাতে, অপ্ৰত্যাশিতভাবে আৰু অনৌপচাৰিকভাবে আহ৷
(colloquial)to pay a casual, informal or unexpected visit to a person or a place.