← ফুৰি যাওক

এনেই

enei

অৰ্থ

1.

একো নোহোবাকৈ; শুদাই; বেচ নোলোবাকৈ

for nothing; without price

ক্ৰি. বিণ.

2.

বিশেষ সকাম নোহোবাকৈ; অকাৰণত; অবাবত

wihtout any particular cause or object; uselessly

ক্ৰি. বিণ.

3.

যেনে আছে তেনেই

in the existing condition

ক্ৰি. বিণ.

4.

কাৰ্য্য বা ব্যবহাৰত নলগাকৈ

without being used

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ