কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাৰ্দ্দিকhārddikaAdjective
আন্তৰিক
sincere
- হাৰ্ষhārṣaAdjective
ভাগ কৰিবৰ যোগ্য
to be divided
- হাৰ্ষ্যhārṣyaAdjective
ভাগ কৰিবৰ যোগ্য
to be divided
- হিংসকhing.xokProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- হিংসাকুৰীয়াAdjective
হিংসুক; খিয়লীয়া
envious; malicious
- হিংসাকুৰীয়া hing.xa.ku.riyaProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- হিংসাত্মকhing.xat.mokProper Adj.
অতি তীব্ৰ আৰু প্ৰবল
Marked by intensity and extreme force
- হিংসুকhing.xukProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- হিংসুকীয়াhing.xu.kiyaProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- হিংস্ৰhiṃsraAdjective
হিংসুক; প্ৰাণহাৰক।
- হিংহিঙীয়াAdjective
খিংখিঙীয়া
snappish; peevish; fretful
- হিংহিঙ্গীয়াhing.hingi.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- হিচাপীhi.sa.piAdjective Adj.
সম্পদৰ ব্যৱহাৰত অপচয় পৰিহাৰ কৰা
avoiding wastage in using resources
- হিচ্ হিচ্hic, hicAdjective
প্ৰচুৰ; অনেক; বহুত ঠাহ খোবা
abundant; plentiful; crowded
- হিছাপীhichāpīAdjective
মিতব্যয়ী; যি হিচাপ মতে চলে।
- হিটলাৰীhit.la.riProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- হিতhitaAdjective
উপকাৰী; মঙ্গলজনক; কল্যাণকৰ; শুভ
good; beneficial; auspicious; beneficient
- হিতকাৰকProper Adj.
সহায় কৰা বা কৰিবলৈ প্ৰস্তুত হোৱা৷
giving or ready to give help voluntarily.
- হিতকাৰীAdjective
উপকাৰী; মঙ্গলজনক; হিতৈষী
beneficial; favourable; friendly
- হিতকৰAdjective
উপকাৰী; মঙ্গলজনক; হিতৈষী
beneficial; favourable; friendly