কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সচলsacalaAdjective
লৰি-চৰি ফুৰা; একে ঠাইতে বৈ নথকা
moving
- সচিত্ৰsacitraAdjective
চিত্ৰ-যুক্ত
illustrated
- সচেষ্টsaceṣṭaAdjective
যত্নপৰ।
- সচ্চৰিত্ৰxos.so.ri.troProper Adj.
সৎ স্বভাৱৰ বা ভাল প্ৰকৃতিযুক্ত
bearing a good moral character
- সচ্ছিদ্ৰxos.si.droProper Adj.
কোনো বস্তুৰ মূলাধাৰত ফুটা বা সৰু আনুবিক্ষণিক খালি ঠাই থকা
having pores or small often microscopic spaces within the solid matrices of a material
- সজsajaAdjective
সন্ত; সাধু; ভাল; পবিত্ৰ; . সজকৈ, সজৰূপে ক্ৰি. বিণ. ভালকৈ; ভালৰূপে; উত্তমৰূপে
good; honest; pure ; properly; well
- সজলxo.jolProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- সজাগবsajāgabaAdjective
জাপি খকা; সচেতন
awake
- সজাগৰxo.ja.gorProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- সজাতিsajātiAdjective
একে জাতিৰ; একে দলৰ; উদ্দেশ্যত মিলিত হৈ হোবা এক দলৰ।
- সজীৰsajīraAdjective
জীবিত থকা; জীব থকা; জীয়া
living; alive
- সজীৱxo.jibProper Adj.
কাম-বন কৰি বা কোনো কাৰ্য্যত অংশ লৈ থকা ধৰণৰ।
Characterized by energetic work, participation, etc.
- সজ্জাহীনxoj.ja.hinProper Adj.
সচৰাচতে থকা অলংকাৰসমূহ নথকা৷
without the usual furnishings, contents
- সজ্জিতsajjitaAdjective
শোভিত; শোভাযুক্ত; ভূষিত; সজোবা
decorated; beautified
- সজৰথীsajarathīAdjective
শুভাকাঙ্ক্ষী; হিত চিন্তা; মঙ্গল কামনা কৰা; . সজনী (পু. অ.) [সং. স্বজনী] বি. সখী; সঙ্গিনী; . সজল বিণ. পানীৰে ভৰা; পানীযুক্ত (নয়ন); . সজা [অ. সাজ্] বি. চৰাই আদি থোৰা কাঠীৰ সঁজুলি
friendly; wishing good ; a friend ; tearful; wet ; cage
- সঞিsañiAdjective
নিজ; স্বয়ং; যেনে-"সঞি হাতে বধিয়াছে সোদৰ মমাই" (ৰুক্মিণীহৰণ)।
- সঞ্চলিতxon.so.li.toProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- সঞ্চাsañcāAdjective
সঁচা; সত্য। সঞ্চাৰ [সং.] বি. গতি
motion
- সঞ্চালিতxon.sa.litProper Adj.
বতাহ, তাপ বা অনুভূতিৰ প্ৰভাৱত তীব্ৰভাৱে আন্দোলিত
moved or disturbed violently due to wind, temperature or feelings
- সঞ্চাৰিতxon.sa.ri.toProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.