← ফুৰি যাওক

সঞ্চা

sañcā

অৰ্থ

1.

সঁচা; সত্য। সঞ্চাৰ [সং.] বি. গতি

motion

বিণ.

2.

কোনো গ্ৰহৰ এক ৰাশিৰপৰা আন ৰাশিলৈ গমন; . খোল আদিৰ বাজনাৰ এক অংশ।

the transition of a planet form one sign to another

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সঞ্চা · অসমীয়া অভিধান