কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নামজ্বলাnam.jwo.laProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- নামঞ্জুৰnāmañjuraAdjective
অগ্ৰাহ্য; মঞ্জুৰ নকৰা
rejected; disallowed; not granted
- নামডাকnam.dakProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- নামনিলৈna.mo.ni.loiProper Adj.
নিম্ন অৱস্থান, স্তৰ বা অৱস্থা
towards a lower position, level or state
- নামবিহীনnam.bi.hinProper Adj.
কোনো নাম নথকা বা প্ৰকাশ নকৰা
Having or bearing no name.
- নামলব্ধnāmalabdhaAdjective
বিখ্যাত
reputed
- নামহীনnam.hinProper Adj.
কোনো নাম নথকা বা প্ৰকাশ নকৰা
Having or bearing no name.
- নামাপৰাধnāmāparādhaAdjective; Noun
বেদৰ নিন্দা, নামৰ নিন্দা, নাম-বিষয়ক কুতৰ্ক, নামত পাপ-বুদ্ধি, আন ধৰ্ম্মানুষ্ঠানক নামৰ নিচিনা ভবা, নামত অশ্ৰদ্ধা, হেলা আৰু অমনোযোগ ইত্যাদি দহোটা অপৰাধ
an offence against one's god or religion
- নামীnāmīAdjective
বিখ্যাত
- নালায়কna.la.yokProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- নালায়েকna.la.yekProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- নালীয়াna.li.yaProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- নাশহীনnax.hinProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- নাশাnāśāAdjective
নষ্ট; যেনে-"কিনো ভৈলো বুদ্ধি-নাশা" (বৰগীত)।
- নাশ্ৰুত-নাভূতnāśruta-nābhūtaAdjective
কেতিয়াও নেদেখা নুশুনা; নোহোবা-নোপজা; আচৰিত
unseen and unheard of; extraordinary
- নাসিক্যnāsikyaAdjective
নাকেৰে যিটো উচ্চাৰণ কৰা হয়
nasal
- নাস্তিকnāstikaNoun
ঈশ্বৰ আৰু পৰকাল নমনা লোক; বেদ নমনা লোক
an atheist; heretic; one denying the divinity of the Vedas
- নাহৰফুটুকীয়াAdjective
নাহৰফুটুকী বাঘৰ নিচিনা ফুট থকা
having spots like those of a leopard
- নাড়ি-ছিগাAdjective
খাবলৈ নেপাই নাড়ী শুকাই ছিগা যেন হোবা; খাবলৈ নোপোবা
starving
- নাৰnāraAdjective
নষ্ট; ভ্ৰষ্ট; চুবা
spoiled; defiled