কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাথলCommon Noun
এবিধ ডাঙৰ ফল৷ এটা এটা ফল ৪-৫ কেজি পযন্ত হ’ব পাৰে৷
a large, tropical, milky-juiced tree, of the mulberry family, having stiff and glossy green leaves, cultivated for its very large, edible fruit and seeds.
- কাথাMaterial Noun
ফটা কাপোৰেৰে তৈয়াৰ কৰা এবিধ কম্বল
blanket or mattress made from old torn clothes
- কাথ্kathCommon Noun
এবিধ সুকাঠী গছ
East Indian spiny tree having twice-pinnate leaves and yellow flowers followed by flat pods; source of black catechu
- কাথ্থাka.thaCommon Noun
এবিধ সুকাঠী গছ
East Indian spiny tree having twice-pinnate leaves and yellow flowers followed by flat pods; source of black catechu
- কাদম্বিনীMaterial Noun
ক'লা মেঘৰ এক ডাঙৰ থোপ
a large mass of black clouds
- কাদম্বৰীkādambarīNoun
ফুলৰ মৌৰপৰা কৰা এবিধ মদ
an intoxicating drin made from flower-honey
- কাদোka.do`Material Noun
নদীৰ পাৰত থকাৰ দৰে তিতা, আঠালতীয়া, কোমল মাটি
Wet, sticky, soft earth, as on the banks of a river.
- কাদ্ৰৱেয়kad.ro.be.yoCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- কানkānaNoun
কানাই; কৱষ্ণ।
- কান খৰkan khorAbstract Noun
গৰুৰ কান্ধত যুঁবলিয়ে কটাৰ বাবে হোৱা ঘা ৷
A sore of an ox on the shoulder.
- কান-খৰkāna-kharaNoun
গৰুৰ কান্ধত যুঁবলিয়ে কটাৰ বাবে হোবা ঘা
yoke gall
- কান-দিয়া মাৰিkāna-diẏā, māriNoun
টোলোঠাৰ কানৰ বিন্ধাত সুমাই টোলোঠা ঘূৰাই তাঁত চপোবা বা তাঁতখন টানকৈ ধৰি থকা মাৰি
a stick for revolving the beams of a loom
- কাননkānanaNoun
হাবি; বন
a jungle
- কাননগোka.non.go`Common Noun
মাটি আৰু ৰাজহৰ হিচাপ ৰখা এক শ্ৰেণীৰ বিষয়া |
An officer of revenue department.
- কানন্গোkānangoNoun
মাটি আৰু ৰাজহৰ হিছাপ ৰখা বিষয়া; মণ্ডলবিলাকৰ কাম চোবা বিষয়া
an officer of revenue department; a Registrar or Supervisor Kanungo
- কানফুচফুচkan.phus.phusMaterial Noun
দূৰৈত থকা ব্যক্তিৰ সৈতে কথা পাতিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ
An equipment that facilitate conversation over a distance
- কানবেৰাken.be.raProper Noun
অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ।
Canberra is the capital city of Australia. With a population of 381,488, it is Australia`s largest inland city and the eighth-largest city overall.
- কানমাৰিkānamāriNoun
কানত ভাৰ নিয়া কাঠ বা বাঁহৰ ডাং
a bamboo or wooden pole for carrying loads on the shoulder
- কানাইkānāiNoun
কৱষ্ণ
Kṛṣṇa
- কানাডাka.na.daProper Noun
উত্তৰ আমেৰিকাৰ এখন বৃহৎ দেশ৷
Canada is a country in North America consisting of ten provinces and three territories. Located in the northern part of the continent, it extends from the Atlantic to the Pacific and northward into the Arctic Ocean