← ফুৰি যাওক

কানন

kānana

অৰ্থ

1.

হাবি; বন

a jungle

বি.

2.

উপবন

a grove

বি.

3.

মানুহে ৰোবা গছনি বা উদ্যান

a garden

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কানন · অসমীয়া অভিধান