← ফুৰি যাওক

কান

kāna

অৰ্থ

1.

কানাই; কৱষ্ণ।

বি.

2.

বা-বিচনিৰ ওপৰ অংশ; বাহু-মূল

the shoulder

বি.

সমাৰ্থক শব্দ

3.

টোলোঠাৰ দুই মূৰে দিয়া বন্ধা [যাত কাণ-দিয়া-মাৰি সুমাই তাঁত মেৰাই টান কৰা যায়।]।

বি.

সমাৰ্থক শব্দ

4.

খুঁটাৰ মূৰত কটা খোপ

the notch at the top of a post

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ