কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্বয়ংচালিতswo.yong.sa.li.toProper Adj.
মানুহৰ পোনপটীয়া হস্তক্ষেপ নোহোৱাকৈ নিজে নিজে কাৰ্য্য কৰা
Working by itself without direct human intervention
- স্বয়ংপ্ৰভswo.yong.pro.bhoProper Adj.
যি আন্ধাৰত পোহৰ দিব পাৰে।
(something) which gives out light in the dark.
- স্বয়ংসম্পূৰ্ণswo.yong.xom.pur.noProper Adj.
আনৰ ওপৰত বা বাহিৰৰ সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই পূৰাকৈ চলিব পৰা এক ব্যৱস্থা বা বস্তু।
a closed system or body that does not need to rely on outside or others to be complete.
- স্বয়ম্ভূsbaẏambhūAdjective
স্বয়ং বা আপুনি জন্ম হোবা; লোকে স্ৰজন বা উৎপন্ন নকৰা
self-existent
- স্বৰাঘাতProper Adj.
শব্দ উচ্চাৰণ কৰোঁতে তাৰ কোনো ভাগত আন ভাগতকৈ বাচিকৈ লগা স্বৰৰ আঘাত |
The relative prominence of a particular syllable of a word by greater intensity or by variation or modulation of pitch or tone.
- স্বৰাজোত্তৰswo.ra.jo`t.torAdjective Adj.
কোনো এখন দেশে স্বাধীনতা পোৱাৰ পাছত হোৱা, ঘটা বা পোৱা কিবা৷
something that exists, happens after a country gets independence.
- স্বৰাটsbarāṭaAdjective
নিজ মহিমাৰে উজ্জ্বল।
- স্বৰান্তsbarāntaAdjective
স্বৰবৰ্ণ শেষত থকা
ending in a vowel
- স্বৰূপsbarūpaNoun
স্বাভাবিক অবস্হা; প্ৰকৱতি
nature; disposition
- স্বৰূপীswo.ru.piProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- স্বৰ্গগতAdjective
departed; deceased
- স্বৰ্গগামীswor.go.ga.miProper Adj.
জীৱন নোহোৱা অৱস্থা
in a state of not having life
- স্বৰ্গতswor.go.toProper Adj.
জীৱন নোহোৱা অৱস্থা
in a state of not having life
- স্বৰ্গাৰূঢ়sbargārūṛhaAdjective
স্বৰ্গলৈ উঠা
gone to heaven
- স্বৰ্গীsbargīAdjective
স্বৰ্গলৈ যোবা; মৱত
departed to heaven deceased
- স্বৰ্গীয়sbargīẏaAdjective
স্বৰ্গৰ; স্বৰ্গৰ উপযোগী; স্বৰ্গত থকা
heavenly; dwelling in heaven
- স্বৰ্ণখচিতswor.no.kho.si.toProper Adj.
সোণেৰে নিৰ্মিত অথবা সোণৰ প্ৰলেপযুক্ত ৷
Made from or covered with gold.
- স্বৰ্ণপ্ৰভswor.no.probhProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- স্বৰ্ণবৰ্ণswor.no.bor.noProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- স্বৰ্ণময়sbarṇamaẏaAdjective
সুবৰ্ণময়; সোণৰ
made of gold