← ফুৰি যাওক

স্বয়ংসম্পূৰ্ণ

swo.yong.xom.pur.no

অৰ্থ

1.

আনৰ ওপৰত বা বাহিৰৰ সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই পূৰাকৈ চলিব পৰা এক ব্যৱস্থা বা বস্তু।

a closed system or body that does not need to rely on outside or others to be complete.

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বয়ংসম্পূৰ্ণ · অসমীয়া অভিধান