কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্বাৰ্থিকAdjective
pleonastic
- স্বাৱলম্বীswa.wo.lom.biProper Adj.
লোকৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ জীৱিকাৰ বাবে নিজে উপাৰ্জন কৰা৷
one who does not rely on other
- স্বীকাৰাত্মকProper Adj.
কোনো কথাৰ সন্মতি প্ৰকাশক বা গ্ৰহণ কৰা বিষয়ক ৷
Characterized by or displaying certainty, acceptance, or affirmation.
- স্বীকাৰ্যswi.kar.joVerbal Adj.
যিটো মানি ল’ব পাৰি বা অনুমতি দিব পাৰি
that may be allowed or conceded
- স্বীকাৰ্য্যswi.kar.jyoVerbal Adj.
যিটো মানি ল’ব পাৰি বা অনুমতি দিব পাৰি
that may be allowed or conceded
- স্বীকৃতswi.kri.toProper Adj.
কিহবাৰ বা কাৰোবাৰ প্ৰাধান্য বা গুৰুত্বক স্বীকাৰ কৰা
Accepted the importance or value of sth/sb.
- স্বীকৱতAdjective
সম্মত; সৈ বা গাত লোবা; অঙ্গীকাৰ কৰা; ; স্বকাৰ্য্য, স্বীকাৰ্য বিণ. স্বীকাৰ কৰিব লগীয়া; এনেই জানিব বা বুজিব লগা
agreed; cofessed ; taken for granted; admitted; confessed
- স্বীয়sbīẏaAdjective
নিজৰ; নিজা; আপোনাৰ
one's own; personal
- স্বেচ্ছাকৃতswes.sa.kri.toVerbal Adj.
নিজৰ ইচ্ছা অনুসৰি কৰা।
an action which was performed consciously, realizing its nature and results.
- স্বেচ্ছাকৱতAdjective
নিজৰ ইচ্ছাৰে কৰা
done at one's own will or pleasure
- স্বেচ্ছাচাৰীAdjective
self-willed; autocratic
- স্বেদজAdjective
মলি আৰু গেলা-পচা ঠাইৰপৰা ওপজা (মহ, উৰহ আদি)
born or produced from dirt or putrid things
- স্বৈৰsbairaAdjective
নিজ মতে চলা।
- স্বৈৰতান্ত্ৰিকswoi.ro.tan.tricProper Adj.
স্বৈৰতন্ত্ৰ অথবা স্বেচ্ছাচাৰী শাসকৰ স্বভাৱৰ বা সেই সম্পৰ্কীয়
pertaining to or of the nature of autocracy or of an autocrat
- স্বৈৰাচাৰীswoi.ra.sa.riProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- স্বৈৰিণীsbairiṇīAdjective
স্বেচ্ছাচাৰিণী; ব্যভিচাৰিণী
a licentious woman
- স্বোপাৰ্জিতsbopārjitaAdjective
নিজে ঘটা বা উপাৰ্জ্জন কৰা আপোনাৰ পৰিশ্ৰম বা বুদ্ধিৰে অৰ্জ্জা
self-acquired
- স্বোপাৰ্জ্জিতsbopārjjitaAdjective
নিজে ঘটা বা উপাৰ্জ্জন কৰা আপোনাৰ পৰিশ্ৰম বা বুদ্ধিৰে অৰ্জ্জা
self-acquired
- স্বয়ংকৃতVerbal Adj.
যন্ত্ৰৰ দ্বাৰা নিৰ্মিত বা কাৰ্য্য সম্পাদিত
made or done by a machine
- স্বয়ংক্ৰিয়swo.yong.kri.yoProper Adj.
মানুহৰ পোনপটীয়া হস্তক্ষেপ নোহোৱাকৈ নিজে নিজে কাৰ্য্য কৰা
Working by itself without direct human intervention