← ফুৰি যাওক

স্বীকৱত

অৰ্থ

1.

সম্মত; সৈ বা গাত লোবা; অঙ্গীকাৰ কৰা; ; স্বকাৰ্য্য, স্বীকাৰ্য বিণ. স্বীকাৰ কৰিব লগীয়া; এনেই জানিব বা বুজিব লগা

agreed; cofessed ; taken for granted; admitted; confessed

বিণ.

2.

(জ্যামিতি) প্ৰমাণ কৰিব নলগীয়া সংজ্ঞা

postulate

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বীকৱত · অসমীয়া অভিধান