কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঠৰীয়াkāṭharīẏāNoun
কাঠ কাটোঁতা; কাঠ-কটীয়া
a wood- cutter
- কাঠৰোকাkath.ro`.kaCommon Noun
<br><font size=”4”>কাঠখোলা চৰাইবোৰ <b>দক্ষিণ এচিয়া মহাদেশ</b>ৰ সাধাৰণ বাসিন্দা| ইহঁতে গছৰ ধোন্দত বাস কৰে তিনিটালৈ বগা ৰঙৰ কণী পাৰে| ইয়াৰ ঠোঁটটো দীঘল আৰু ঠেঙত দীঘল দীঘল নখ থাকে| দীঘল ঠোঁটটোৰ সহায়ত ইহঁতে গছৰ ধোন্দত থকা পোক –পৰুৱাবোৰ ধৰি ধৰি খায়| পিঠিৰফালে থকা পাখিবোৰ হালধীয়া আৰু দুয়োকাষে ধূসৰ বৰণৰ পাখি থাকে| ইহঁতৰ মূৰত ৰঙা ৰঙৰ জঁ থকা দেখা যায় আৰু ঠোঁটটো অইন বাঢ়ৈটোকাৰ দৰে পোন আৰু তীক্ষ্ণ | মূৰৰ ৰঙা জঁ আৰু ক’লা ৰঙৰ ডিঙিটোৱে কাঠখোলা চৰাইবোৰক অইন বাঢ়ৈটোকা চৰাইৰ পৰা চিনাক্ত কৰাত সহায় কৰে| পোৱালিবোৰৰ ক্ষেত্ৰত মূৰৰ ৰঙা অংশ সিমান প্ৰকট নহয়| আনহাতে মাইকী কাঠখোলা চৰাইবোৰৰ মূৰৰ আগফালৰ পাখি কেইটা গাঢ় ৰঙা হোৱা দেখা যায়|</font></br>
The <b>Black-rumped Flameback, </b> (<i>Dinopium benghalense</i>), also known as the<b> Lesser Golden-backed Woodpecker</b>, is a </b>woodpecker </b>which is a widespread and common resident breeder in much of <b> South Asia</b>. This flameback is a species associated with open forest and cultivation. It nests in a tree hole, laying three white eggs.<br>Like other woodpeckers, this species has a straight pointed bill, a stiff tail to provide support against tree trunks, and zygodactyl or “yoked" feet, with two toes pointing forward, and two backward. The long tongue can be darted forward to capture insects.</br>It is a typical woodpecker shape, and has a golden yellow back, with paler wings. The rump and tail are black. The underparts are white with dark chevron markings. The black throat immediately separates it from other golden backed woodpeckers in the Indian region. The head is whitish with a black nape and throat, and there is a greyish eye patch. The adult male Black-rumped Flameback has a red crown. Females have a dark forecrown, with red only on the rear half. Young birds are like the female, but duller.
- কাণkāṇaNoun
কৰ্ণ; শুনা ইন্দ্ৰিয়
the ear
- কাণ টুকাkāṇa, ṭukāNoun
মকৰাই চোহা।
- কাণ ফুলkāṇa, phulaNoun
ফুলৰ আকৱতিৰ এবিধ কাণৰ অলঙ্কাৰ
a kind of ear ornament
- কাণ মাৰিkan ma.riMaterial Noun
ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷
A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder.
- কাণ-কুৰিকাkāṇa-kurikāNoun
এবিধ শালিকা জাতিৰ চৰাই
a kind of small bird
- কাণ-খৰিকাkāṇa-kharikāNoun
কাণ খজুওবা খৰিকা; দাতু, হাতী-দাঁত, ৰাঁহ আদিৰে কৰা মুখ-আঁকোৰা শলা
ear-prick
- কাণ-গাঁড়kāṇa-gām̐ṛaNoun
কাণৰ ভিতৰত হোবা এবিধ খছ
a boil in the ear
- কাণ-গাঁৰkāṇa-gām̐raNoun
কাণৰ ভিতৰত হোবা এবিধ খছ
a boil in the ear
- কাণ-ঘোঁকটাkan-gho~.ko.taMaterial Noun
কাণৰ কণামাকৰি গুচুৱা খৰকা।
an instrument for removing wax from the ear.
- কাণ-তকলাkāṇa-takalāNoun
কাণ-তাল।
- কাণ-তালkāṇa-tālaNoun
ডাঙৰ শব্দ শুনি কাণ টাহ মৰা বা নুশুনা হোবা বা কাণত সোপা মাৰি ধৰা অবস্হা
the state of being stunned by a violent sound
- কাণ-পাখিkāṇa-pākhiNoun
কাণ খজুওবা পাখই
an ear-prick made of a feather
- কাণ-বালাkāṇa-bālāNoun
আঙঠি বা বালাৰ আকৱতিৰ এবিধ কাণত পিন্ধা অলঙ্কাৰ
a ring-shaped ear ornament
- কাণ-বিন্ধনিkāṇa-bindhaniNoun
কাণ ফুটোবা কৰ্ম্ম বা অনুষ্ঠান; কৰ্ণবেধ
the ceremony of boring the ears (as prevailing among the Hindus)
- কাণ-বেবিkāṇa-bebiNoun
কাণৰ অলঙ্কাৰ।
- কাণ-মাদলkāṇa-mādalaNoun
কৰ্ণ-মূল; কাণৰ ভিতৰত থকা মাদল বা ঢোলৰ ছালৰ দৰে থকা পাতল ছাল
the eardrum
- কাণ-মূৰালিkāṇa-mūrāliNoun
এবিধ কৰ্ণ-মূলত বা কাণৰ বিন্ধাত হোবা খছ; কাণ-গাঁৰ
a boil in the ear
- কাণ-সঁহাৰিkāṇa-sam̐hāriNoun
কাণেৰে সঁহাৰি লোবা কাৰ্য্য; কাণ পাতি গম লোবা কাৰ্য্য
act of perceiving by the ear; act of forming conjecture from the sound