← ফুৰি যাওক

কাণ

kāṇa

অৰ্থ

1.

কৰ্ণ; শুনা ইন্দ্ৰিয়

the ear

বি.

2.

পাত্ৰৰ মুখৰ দাঁতি বা মোকোটোবা অংশ

the rim of a vessel

বি.

3.

কাষ; দাঁতি

edge; proximity

বি.

4.

উণা, কাণ উণিয়া বিশেষ আগ্ৰহেৰে কাণ পাত্।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাণ · অসমীয়া অভিধান