← ফুৰি যাওক

কাণ মাৰি

kan ma.ri

অৰ্থ

1.

ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷

A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাণ মাৰি · অসমীয়া অভিধান