কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্বল্পাহাৰীVerbal Adj.
ভোক নলগা বা খোৱাৰ হেঁপাহ নথকা
lacking appetite or having no desire to eat
- স্বস্থswos.thoProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- স্বস্থানিকProper Adj.
যি স্থানত উৎপত্তি হৈছে তাতেই থকা
existing at the same place where it is originated or produced.
- স্বস্হsbashaAdjective
স্বাভাবিক অবস্হাত থকা; স্বাস্হ্যযুক্ত; সুস্হ; নিৰোগী
healthy; sound
- স্বাদভৰাswad.bho.raProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- স্বাদযুক্তswad.juk.toProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- স্বাদহীনswad.hinProper Adj.
উপযুক্ত সোৱাদ নোহোৱা৷
lacking taste or flavor.
- স্বাদিষ্টswa.distProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- স্বাদুAdjective
সোবাদ; মিঠা; যেনে-"ইহাত কৰিয়া আন স্বাদু আছে কিক" (বঘাসূৰ-বধ)
sweet; delicious
- স্বাধীনsbādhīnaAdjective
আপোনাৰ অধীন; স্বতন্ত্ৰ; পৰৰ অধীন বা বশ নোহোবা
independent
- স্বাধীনতাপ্ৰিয়Proper Adj.
স্বাধীনতা বা স্ব-নিয়ন্ত্ৰণৰ প্ৰতি আসক্তি বা আগ্ৰহ থকা
liking or craving for liberty or independence
- স্বাধীনোত্তৰswa.dhi.no`t.torAdjective Adj.
কোনো এখন দেশে স্বাধীনতা পোৱাৰ পাছত হোৱা, ঘটা বা পোৱা কিবা৷
something that exists, happens after a country gets independence.
- স্বাধ্বীsbādhbīAdjective
পতিভক্তি-পৰায়ণা; ধাৰ্ম্মিকা
chaste; virtuous
- স্বাবলম্বীAdjective
self-supporting
- স্বাভাবিকAdjective; Adverb
স্বভাবতে আপোনা-আপুনি; স্বভাব অনুসৰি; স্বভাবতঃ
of itself; as a matter of course; naturally
- স্বাভাবিকsbābhābikaAdjective
স্বভাব-সম্বন্ধীয়; প্ৰাকৱতিক; স্বভাব বা প্ৰকৱতিৰ; . স্বভাবজাত; প্ৰকৱতিগত
natural ; inborn; inherent
- স্বাভাবিক সুস্হAdjective
বা মুক্ত অবস্হা পোবা; যেনে-"গা খালাচ হ'ল" (ল'ৰা পোবাৰ পাছত)
free from burden; relieved; released
- স্বাভাৱিকswa.bha.wikProper Adj.
অভ্যাসগতভাৱে বা নিয়মিতভাৱে কৰা বা হোৱা
Acting or recurring in a habitual manner, e.g. normal life
- স্বামীঘাতিনীswa.mi.gha.ti.niVerbal Adj.
নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।
a woman who has killed her own husband.
- স্বামীহন্তাswa.mi.hon.taVerbal Adj.
নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।
a woman who has killed her own husband.