← ফুৰি যাওক

স্বামীঘাতিনী

swa.mi.gha.ti.ni

অৰ্থ

1.

নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।

a woman who has killed her own husband.

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বামীঘাতিনী · অসমীয়া অভিধান