কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঠখোলাka.th.kho`.laCommon Noun
<br><font size=”4”>কাঠখোলা চৰাইবোৰ <b>দক্ষিণ এচিয়া মহাদেশ</b>ৰ সাধাৰণ বাসিন্দা| ইহঁতে গছৰ ধোন্দত বাস কৰে তিনিটালৈ বগা ৰঙৰ কণী পাৰে| ইয়াৰ ঠোঁটটো দীঘল আৰু ঠেঙত দীঘল দীঘল নখ থাকে| দীঘল ঠোঁটটোৰ সহায়ত ইহঁতে গছৰ ধোন্দত থকা পোক –পৰুৱাবোৰ ধৰি ধৰি খায়| পিঠিৰফালে থকা পাখিবোৰ হালধীয়া আৰু দুয়োকাষে ধূসৰ বৰণৰ পাখি থাকে| ইহঁতৰ মূৰত ৰঙা ৰঙৰ জঁ থকা দেখা যায় আৰু ঠোঁটটো অইন বাঢ়ৈটোকাৰ দৰে পোন আৰু তীক্ষ্ণ | মূৰৰ ৰঙা জঁ আৰু ক’লা ৰঙৰ ডিঙিটোৱে কাঠখোলা চৰাইবোৰক অইন বাঢ়ৈটোকা চৰাইৰ পৰা চিনাক্ত কৰাত সহায় কৰে| পোৱালিবোৰৰ ক্ষেত্ৰত মূৰৰ ৰঙা অংশ সিমান প্ৰকট নহয়| আনহাতে মাইকী কাঠখোলা চৰাইবোৰৰ মূৰৰ আগফালৰ পাখি কেইটা গাঢ় ৰঙা হোৱা দেখা যায়|</font></br>
The <b>Black-rumped Flameback, </b> (<i>Dinopium benghalense</i>), also known as the<b> Lesser Golden-backed Woodpecker</b>, is a </b>woodpecker </b>which is a widespread and common resident breeder in much of <b> South Asia</b>. This flameback is a species associated with open forest and cultivation. It nests in a tree hole, laying three white eggs.<br>Like other woodpeckers, this species has a straight pointed bill, a stiff tail to provide support against tree trunks, and zygodactyl or “yoked" feet, with two toes pointing forward, and two backward. The long tongue can be darted forward to capture insects.</br>It is a typical woodpecker shape, and has a golden yellow back, with paler wings. The rump and tail are black. The underparts are white with dark chevron markings. The black throat immediately separates it from other golden backed woodpeckers in the Indian region. The head is whitish with a black nape and throat, and there is a greyish eye patch. The adult male Black-rumped Flameback has a red crown. Females have a dark forecrown, with red only on the rear half. Young birds are like the female, but duller.
- কাঠগড়াkath.go.raMaterial Noun
আদালতত সাক্ষ্য দানৰ সময়ত সাক্ষী থিয় হোৱা নিৰ্দ্দিষ্ট ঘেৰা
A box enclosure for a witness when testifying
- কাঠগৰাkath.go.raMaterial Noun
আদালতত সাক্ষ্য দানৰ সময়ত সাক্ষী থিয় হোৱা নিৰ্দ্দিষ্ট ঘেৰা
A box enclosure for a witness when testifying
- কাঠচলিkath.so.liMaterial Noun
জুই ধৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ পাতল টুকুৰা৷
thin strip of wood (also paper) used for lighting a fire, candle etc.
- কাঠনিkāṭhaniNoun
বহুত কাঠ থকা হাবি
a forest
- কাঠনিবাৰী ঘাটka.tho.ni.ba.ri ghatProper Noun
মহিম বৰাৰ দ্বাৰা ৰচিত এখন উপন্যাস৷
An Assamese novel by Mahim Bora. Published by Ajay Kumar Dutta, Student Stores, College Hostel road, Guwahati.
- কাঠফলkath.pholMaterial Noun
এবিধ শুকান ফল৷ বাকলিখন কাঠৰ দৰে টান আৰু ভিতৰত শুকান খাব পৰা অংশ থাকে৷
a dry fruit consisting of an edible kernel or meat enclosed in a woody or leathery shell
- কাঠফুলাkāṭhaphulāNoun
পঁচা কাঠ বা জাবৰত আপুনি গজা এবিধ ফুলৰ আকৱতিৰ উদ্ভিদ [ইয়াৰ অনেক জাতি; যেনে-ভূমথুৰীয়া; শালিকি-ঠুঁটীয়া; এই কেইজাতি মানুহে কায়; কোনো কোনো বিধ মানুহে নেখায়।]
mush-room; fungus; Agaṙicus campentris
- কাঠলীয়াkāṭhalīẏāNoun
গাখীৰ খীৰোবা কাঠৰ কঁৰীয়া
a wooden jar used for milking
- কাঠশৰ্kath.xorCommon Noun
এক বিশেষ প্ৰজাতিৰ হৰিণা।
a large dark brown, maned Asian deer. It attains a height of 102 to 160 cm at the shoulder with average weight of 162-260 kg. The coat is dark brown with chestnut marks on the rump and underparts. The large, rugged antlers are typically rusine, the brow tines being simple and the beams forked at the tip.
- কাঠসংস্কাৰkath.xongs.karAbstract Noun
কোনো ব্যক্তিৰ মৃতদেহ দাহ কৰা বা খৰি দিয়া পৰ্ব৷
a funeral at which the dead body of person is burnt.
- কাঠামোka.tha.mo`Material Noun
দুৱাৰ বা খিৰিকি লগোৱাৰ বাবে ব্যৱহাৰ কৰা কাঠৰ সজা বা গাঁথনি
A rectangular wooden frame to fit the door or window
- কাঠিন্যka.thin.yoAbstract Noun
the characteristics of being hard
- কাঠীkāṭhīNoun
কাঠ, বাঁহ আদি ফালি কৰা দীঘল, লাহী, চেপেটা বা গোটা ছিৰি বা শলি; দৈ
a long, thing strip of bamboo used in wicker- work
- কাঠী চেলেকাka.thi se.le.kaCommon Noun
কোনো অপৰাধত লিপ্ত নথকা ব্যক্তিবিশেষ ৷
Someone not guilty of a particular crime.
- কাঠী-চেলেকাkāṭhī-celekāNoun
আগেয়ে আনে চুৰ কৰি খাই যোবাৰ পাছত এৰেহা পৰি থকাখিনি খোবা অৰ্থাৎ নিৰ্দ্দোষী বা সম্পূৰ্ণৰূপে দোষী নোহোবা জন্ত্ত বা মানুহ।
- কাঠী-জালkāṭhī-jālaNoun
এবিধ মাছ মৰা জাল
a kind of fishing net
- কাঠৰ কুণ্ডাMaterial Noun
কাঠৰ সৰু টুকুৰা
piece of wood
- কাঠৰ হাতুৰীka.thor ha.tu.riMaterial Noun
a hammer made of wood.
- কাঠৰাkāṭharāNoun
কাঠৰ কোঁঠ বা গড়; জন্ত্ত থোবা কাঠৰ ডাঙৰ সজা বা গঁৰাল
a wooden cage or enclosure for animals