কাঠগৰা
kath.go.ra
অৰ্থ
1.
আদালতত সাক্ষ্য দানৰ সময়ত সাক্ষী থিয় হোৱা নিৰ্দ্দিষ্ট ঘেৰা
A box enclosure for a witness when testifying
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কাঠেৰে সজা গঁৰাল বা গড়
an enclosure made of wood
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ