কাঠী
kāṭhī
অৰ্থ
1.
কাঠ, বাঁহ আদি ফালি কৰা দীঘল, লাহী, চেপেটা বা গোটা ছিৰি বা শলি; দৈ
a long, thing strip of bamboo used in wicker- work
বি.
2.
দুহাত জোখৰ এডাল মাৰি; গজ-মাৰি
a measuring rod two cubits long
বি.
3.
তাঁত বাটি কৰাত ব্যবহাৰ কৰা দুহাত দীঘল ছিৰি [তাঁত-বাটি কৰা খুঁটিৰ ভিতৰ ফালে ইয়াক পুতি লয় আৰু ইয়াৰে কাপোৰৰ দীঘল-বহল জোখ ঠিক কৰে।]
a flat bamboo rod used in the Assamese loom
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ