কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্বপ্নপ্ৰদত্তswop.no.pro.dot.toVerbal Adj.
সপোনত দেখা পোৱা বা সপোনৰ জৰিয়তে লাভ কৰা
received or derived out of dreams
- স্বপ্নবিভোৰswop.no.bi.bho`rProper Adj.
কিবা চিন্তা কৰি আপোনভোলা হৈ থকা৷
a series of pleasant thoughts that distract one`s attention from the present.
- স্বপ্নময়swop.no.moyVerbal Adj.
সপোন দেখি থকা যেন লগা
with a feeling as if dreaming
- স্বপ্নলব্ধswop.no.lob.dhoVerbal Adj.
সপোনত দেখা পোৱা বা সপোনৰ জৰিয়তে লাভ কৰা
received or derived out of dreams
- স্বপ্নসদৃশsop.no.xo.drixProper Adj.
অতি সুন্দৰ আৰু মনোগ্ৰাহী যাক বিশ্বাস কৰিবলৈ টান৷
so extraordinary that almost impossible to believe
- স্বপ্নাচ্ছন্নVerbal Adj.
সপোন দেখি থকা যেন লগা
with a feeling as if dreaming
- স্বপ্নাদিষ্টAdjective
সপোনত আদেশ-প্ৰাপ্ত।
- স্বপ্নাবিশ্টsbapnābiśṭaAdjective
সপোনৰ জালত আচ্ছন্ন।
- স্বপ্নাৱিষ্টswop.na.wis.toVerbal Adj.
সপোন দেখি থকা যেন লগা
with a feeling as if dreaming
- স্বপ্নিলsbapnilaAdjective
সপোন দেখি থকা যেন লগা।
- স্বপ্নোপমswop.no`.pomProper Adj.
অতি সুন্দৰ আৰু মনোগ্ৰাহী যাক বিশ্বাস কৰিবলৈ টান৷
so extraordinary that almost impossible to believe
- স্বপ্ৰকাশsbaprakāśaAdjective
নিজে নিজে প্ৰকাশিত।
- স্বপ্ৰণোদিতswo.pro.no`.di.toVerbal Adj.
নিজৰ ইচ্ছা অনুসৰি কৰা।
an action which was performed consciously, realizing its nature and results.
- স্বপ্ৰধানsbapradhānaAdjective
স্বয়ং-প্ৰধান; কাৰো তলতীয়া বা আজ্ঞাধীন নোহোবা
independent
- স্ববিৰোধীswo.bi.ro`.dhiProper Adj.
পৰস্পৰ বিৰোধী
differing radically from one another
- স্বভাৱসিদ্ধswo.bhab.xid.dhoProper Adj.
মানুহৰ স্বভাৱ বা আচৰণ অনুসাৰে; সাধাৰণভাৱে আশা কৰা ধৰণে হোৱা বা ঘটা।
in accordance with human nature; as is normal or to be expected.
- স্বল্পsbalpaAdjective
নিচেই তাকৰ; অতি অলপ; অতি কম
very little; very small; very few
- স্বল্পতাswol.po.taProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- স্বল্পত্বswol.pot.toProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- স্বল্পভাষীsol.po.bha.xiProper Adj.
কথা বতৰা বৰকৈ নোকোৱা বা কবলৈ মন নেমেলা, কথাত সাৱধানী ।
not willing to speak or not habituated to speaking much, cautious in speaking