← ফুৰি যাওক

স্বপ্নসদৃশ

sop.no.xo.drix

অৰ্থ

1.

অতি সুন্দৰ আৰু মনোগ্ৰাহী যাক বিশ্বাস কৰিবলৈ টান৷

so extraordinary that almost impossible to believe

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বপ্নসদৃশ · অসমীয়া অভিধান