কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰ্ভুলতাnir.bhu.lo.taAbstract Noun
the state of not having any error or defect
- নিৰ্ভয়nirbhaẏaAdjective
বিপত্তিৰ আশঙ্কা নথকা; ভয় নথকা
fearless
- নিৰ্ভয়তাnir.bho.yo.taAbstract Noun
ভয়ক অৱজ্ঞা কৰিব পৰা গুণ৷
Ability to disregard fear.
- নিৰ্ভৰnirbharaNoun
ভাৰসা
reliance; hope
- নিৰ্ভৰযোগ্যতাnir.bhor.jo`.gyo.taAbstract Noun
কাৰোবাৰ বিশ্বাস জয় কৰিব পৰা গুণ বা অৱস্থা
the quality or state or an instance of being loyal
- নিৰ্মমতাnir.mo.mo.taAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
- নিৰ্মলnirmalaNoun
মল-নথকা; নিকা; পৰিষ্কাৰ
free from dirt; clean
- নিৰ্মলকৰণnir.mol.ko.ronVerbal Noun
কোনো ৰোগ, বীজানু, প্ৰজাতি আদিৰ অস্তিত্ব নোহোৱা কৰি দিয়া৷
To remove something like a disease, a species from existance.
- নিৰ্মলতাnir.mo.lo.taAbstract Noun
চাফ-চিকুণহৈ থকা
the habit of being cleanly
- নিৰ্মাণnirmāṇaNoun
সজা বা প্ৰস্ত্তত কৰা কাৰ্য্য
the act of producing, creating or constructing
- নিৰ্মাণকাৰীnir.man.ka.riCommon Noun
কোনো পণ্যদ্ৰব্য উৎপাদন কৰা ব্যক্তি, দল বা কোম্পানী।
a person, group, or company that owns or runs a manufacturing plant or makes a certain product.
- নিৰ্মাণকাৰ্য্যnir.man.kar.jyoAbstract Noun
কোনো বস্তু সজা বা গঢ়া কাৰ্য্য
the act of building something
- নিৰ্মাণশালাnirmāṇaśālāNoun
কাৰখানা
factory
- নিৰ্মাতাnir.ma.taCommon Noun
কোনো পণ্যদ্ৰব্য উৎপাদন কৰা ব্যক্তি, দল বা কোম্পানী।
a person, group, or company that owns or runs a manufacturing plant or makes a certain product.
- নিৰ্মালিnirmāliNoun
দেবতালৈ নিবেদন কৰা ফুল, তুলসী বা মালা; গুৰুবে আশীৰ্ব্বাদ কৰি দিয়া মালা বা ফুল
a garland of flowers offered to a deity and worn on the head as a sacred thing; garland of flowers offered by a guru with blessing
- নিৰ্মাল্যnirmālyaNoun
নিৰ্ম্মালি।
- নিৰ্মুটnir.mutCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- নিৰ্মুদ্ৰাকৰণnir.mud.ra.ko.ronVerbal Noun
(টকা বা তেনে বস্তুৰ) ব্যৱহাৰ প্ৰত্যাহাৰ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process of withdrawing (money or the like) from use
- নিৰ্মূলকৰণnir.mul.ko.ronAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- নিৰ্মূলনnir.mu.lonAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.