← ফুৰি যাওক

নিৰ্ভৰ

nirbhara

অৰ্থ

1.

ভাৰসা

reliance; hope

বি.

2.

বিশ্বাস

trust

বি.

3.

আশ্ৰয়

support

বি.

4.

(পু. অ.) পূৰ্ণ; ভৰপূৰ; যেনে-"নিৰ্ভৰ আনন্দ চলে কতোহো নিচুকি" (দশম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰ্ভৰ · অসমীয়া অভিধান