← ফুৰি যাওকনিৰ্মলnirmalaঅৰ্থ1.মল-নথকা; নিকা; পৰিষ্কাৰfree from dirt; cleanবি.সমাৰ্থক শব্দনিৰ্ম্মল · nirmmala2.মেঘ-নথকা (আকাশ)free from cloudবি.সমাৰ্থক শব্দনিৰ্ম্মল · nirmmala3.পবিত্ৰ; দোষ-নথকা; সৰল (চৰিত্ৰ)pure; simpleবি.সমাৰ্থক শব্দনিৰ্ম্মল · nirmmalaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ