কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্বচ্ছলsbacchalaAdjective
সহজে চলাচল কৰিব পৰা; চলাচলৰ অসুবিধা নথকা; যেনে-"পৱথিবীৰো সৰ্ব; কৰ্দ্দম গুচিল : ভৈ গৈল পথ স্বচ্ছল" (দশম)
easy; smooth
- স্বতঃঘটিতso.toh.song.ghi.toProper Adj.
যি কোনো কষ্ট নোহোৱাকৈ নিজে নিজে হৈ থাকে৷
something happening effortlessly by itself
- স্বতঃপ্ৰবৃত্তswo.toh.pro.brit.toProper Adj.
কোনো বল বা চাপ প্ৰয়োগ নকৰাকৈ নিজ ইচ্ছাৰে কৰা
Doing something willingly or intentionally without being forced
- স্বতঃপ্ৰবৱত্তsbataḥprabawattaAdjective
নিজ ইচ্ছাতে কামত লগা।
- স্বতঃপ্ৰমাণিতswo.toh.pro.ma.ni.toVerbal Adj.
সহজবোধ্য, স্পষ্ট, কোনো বাখ্যা, প্ৰমাণৰ আৱশ্যক নোহোৱা
obvious,clear, that requires no proof or explanation
- স্বতঃসংঘটিতso.toh.xong.gho.ti.toProper Adj.
যি কোনো কষ্ট নোহোৱাকৈ নিজে নিজে হৈ থাকে৷
something happening effortlessly by itself
- স্বতঃসিদ্ধsbataḥsiddhaAdjective
আপোনা-আপুনি প্ৰমাণ হোবা; আপুনি সিদ্ধ হোবা
self evident; self-established
- স্বতঃস্ফুতso.toh.sphu.toProper Adj.
যি কোনো কষ্ট নোহোৱাকৈ নিজে নিজে হৈ থাকে৷
something happening effortlessly by itself
- স্বতঃস্ফূনিতso.toh.sphu.nitProper Adj.
যি কোনো কষ্ট নোহোৱাকৈ নিজে নিজে হৈ থাকে৷
something happening effortlessly by itself
- স্বতঃস্ফূৰ্ত্তso.toh.sphur.toProper Adj.
যি কোনো কষ্ট নোহোৱাকৈ নিজে নিজে হৈ থাকে৷
something happening effortlessly by itself
- স্বতন্ত্ৰsbatantraAdjective
স্বাধীন; বি. স্বতন্ত্ৰতা স্বাধীনতা
independence
- স্বতন্তৰsbatantaraAdjective
স্বাধীন; পৰৰ অধীন নোহোবা
independent
- স্বতন্তৰীয়াAdjective
নিজৰ ইচ্ছামতে বা স্বাধীনভাবে চলা
independent
- স্বত্বন্তৰProper Adj.
(দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা
enjoying personal rights or liberty, as a person who is not in slavery
- স্বদেশীAdjective
নিজৰ দেশৰ; নিজৰ দেশত জন্মা বা উৎপন্ন হোবা
born or produced in one's own country
- স্বধৰ্মীso.dhor.miProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- স্বনামধন্যswo.nam.dho.nyoProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- স্বনিতsbanitaAdjective
ধ্বনিত।
- স্বনিয়োজিতswo.niyo.ji.toProper Adj.
আনৰ কৰ্মচাৰী নহৈ, উপাৰ্জনৰ কাৰণে নিজে ব্যৱসায় কৰা৷
earning one's living in one's own business, rather than as the employee of another
- স্বপুষ্টswo.pus.toProper Adj.
কোনো অজৈৱ পদাৰ্থক পৰিপুষ্টিৰ উৎস ৰূপে ব্যৱহাৰ কৰি নিজৰ পুষ্টি সাধন কৰিব পৰা জীৱ, যেনেঃ সৰহভাগ উদ্ভিদ আৰু কেতবোৰ বেক্টেৰিয়া
any organism capable of self-nourishment by using inorganic materials as a source of nutrients and using photosynthesis or chemosynthesis as a source of energy, as most plants and certain bacteria and protists