← ফুৰি যাওক

স্বচ্ছল

sbacchala

অৰ্থ

1.

সহজে চলাচল কৰিব পৰা; চলাচলৰ অসুবিধা নথকা; যেনে-"পৱথিবীৰো সৰ্ব; কৰ্দ্দম গুচিল : ভৈ গৈল পথ স্বচ্ছল" (দশম)

easy; smooth

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বচ্ছল · অসমীয়া অভিধান