কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাটাখালProper Noun
বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ
A tributary of Barak river in nothern bank
- কাটাৰka.tarProper Noun
কাটাৰ পশ্চিম এছিয়াৰ এখন এখন সৰু দেশ৷ ইয়াৰ ৰাজধানী হ’ল ডোহা৷ কাটাৰৰ মাটিকালি হ’ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ৷
Qatar, officially the State of Qatar, is a sovereign Arab country located in Western Asia, occupying the small Qatar Peninsula on the northeastern coast of the Arabian Peninsula.
- কাটিkāṭiNoun
(পু. অ.) বি. বেৰ; যেনে-"হেনয় স্বভাব নিদাৰুণ স্ত্ৰী জাতি। ভাই ভাই বেলেগাবে মাজে দিয়া কাটি।" (মা. ক. অৰণ্যকাণ্ড)
- কাটি বেপাৰীka.ti be.pa.riCommon Noun
যি ব্যক্তিয়ে প্ৰবঞ্চনা কৰে বা মিছা ভাও দি আনক ঠগে|
a person who makes deceitful pretences.
- কাটি-বেপাৰীkāṭi-bepārīNoun
ছলাহী বেপাৰী
a cunning and deceitful trader
- কাটিহাkāṭihāNoun
নিন্দা; তিৰস্কাৰ
reproach; ridicule
- কাটোতাka.to’.taCommon Noun
যি কাটে বা ভাগ কৰে ।
One who cut or divide.
- কাট্-কুট্kat-kutVerbal Noun
ভুল শুদ্ধ কৰা বা শুধৰোৱা কাৰ্য্য
The act of offering an improvement to replace a mistake; setting right
- কাট্কুট্kāṭkuṭNoun
অশুদ্ধ আখৰ বা শব্দ কাটি তাৰ ঠাইত শুদ্ধ আখৰ বা শব্দ লিখি দিয়া; অশুদ্ধ গুচাই শুদ্ধ কৰা
literary corrections
- কাঠkāṭhaNoun
কাষ্ঠ; শুকান বা কটা গছ
wood; timber
- কাঠ আচিনাইkath a.si.naiCommon Noun
ছালত হোৱা এবিধ টান টেমুনা, ফোঁহা ।
A small hard tumour on the skin.
- কাঠ আপেলkath a.pelCommon Noun
কঠিন খোলা আৰু মঙহাল শাহেৰে সৈতে এবিধ সুগন্ধি ফল।
an aromatic tropical fruit with a hard shell and pulpy core.
- কাঠ আলুkath a.luCommon Noun
এবিধ খেতিত হোৱা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৃশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুৱা অৰ্থাত্ বৰ সোৱাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]
a kind of potato that tastes sweet
- কাঠ চেঁউৰীkath se~.u.riCommon Noun
গাভিনী হোৱাৰ বয়স নোহোৱা চেঁউৰী গাই বা আন জন্তু৷
a female animal which is young enough to conceive and yet to reach the stage of being pregnant.
- কাঠ বকলাkath bo.ko.laMaterial Noun
কাঠৰ গুড়ি চেপি প্ৰস্তুত কৰা চেপেটা তক্তা ৷
A type of stiff board made by crushing very small pieces of wood together into thin sheets.
- কাঠ মিস্ত্ৰীkath mis.triCommon Noun
কাঠৰ চকী, মেজ, আচবাব আদি বনোৱা অথবা মেৰামতি কৰা ব্যক্তি |
A woodworker who makes or repairs wooden objects.
- কাঠ-আচিনাইkāṭha-ācināiNoun
মানুহৰ গাত হোবা টান নপকা নিবিষোবা এবিধ সৰু ফোঁহা
a wart
- কাঠ-আলুkāṭha-āluNoun
এবিধ খেতিত হোবা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৱশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুবা অৰ্থাৎ বৰ সোবাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]
yam-dioscorea alta
- কাঠ-কটীয়াkāṭha-kaṭīẏāNoun
কাঠ কটা লোক।
- কাঠ-কলিkāṭha-kaliNoun
নিচেই কুমলীয়া আৰু মঙহ নধৰা গছৰ ফল
a hard undeveloped and immature fruit