← ফুৰি যাওক

কাটি

kāṭi

অৰ্থ

1.

(পু. অ.) বি. বেৰ; যেনে-"হেনয় স্বভাব নিদাৰুণ স্ত্ৰী জাতি। ভাই ভাই বেলেগাবে মাজে দিয়া কাটি।" (মা. ক. অৰণ্যকাণ্ড)

বি.

2.

বেলেগ হোবা কাকত বা দলিল; যেনে-"ফাৰাকাটি"

a partition deed

বি.

3.

এবিধ বাঢ়ৈৰ সজুঁলি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাটি · অসমীয়া অভিধান