← ফুৰি যাওক

কাট্কুট্

kāṭkuṭ

অৰ্থ

1.

অশুদ্ধ আখৰ বা শব্দ কাটি তাৰ ঠাইত শুদ্ধ আখৰ বা শব্দ লিখি দিয়া; অশুদ্ধ গুচাই শুদ্ধ কৰা

literary corrections

বি.

2.

সৰু-লুৰা এলাগতীয়া কাম; মিছাকৈ কাটি-ছিঙি-থকা কাৰ্য্য

indulging in trifles

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাট্কুট্ · অসমীয়া অভিধান