কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বৈদ্যুতিকbaidyutikaAdjective
বিজুলী-সম্বন্ধীয়; বিজুলীৰ; eng >electric/eng>.
- বৈদ্যুতিনboi.dyu.tinProper Adj.
of or pertaining to electronics or to devices, circuits, or systems developed through electronics.
- বৈধbaidhaAdjective
বিধি-সিদ্ধ; বিধি বা আইনমতে কৰা
lawful
- বৈপ্লৱিকboi.plo.bikProper Adj.
বিপ্লৱৰ সৈতে জড়িত, বিপ্লৱৰ গুণ বিশিষ্ট, অথবা হঠাতে হোৱা গুৰুত্বপূৰ্ণ, আমূল পৰিৱৰ্ত্তন।
of, pertaining to, characterized by, or of the nature of a revolution, or a sudden, complete, or marked change.
- বৈবাহিকbaibāhikaAdjective
বিবাহ-সম্বন্ধীয়।
- বৈভাষিকboi.bha.xikProper Adj.
দুই বা ততোধিক বিকল্পৰ যিকোনো এটা
Any of two or more possibilities or options
- বৈশিষ্ট্যপূৰ্ণboi.xis.tyo.pur.noProper Adj.
কেতবোৰ বিশেষ গুণ থকা
Having certain specific qualities
- বৈশ্লেষিকboi.sle.xikProper Adj.
বিশ্লেষণ সম্পৰ্কীয়
Of or using analysis
- বৈষম্যমূলকboi.xo.myo.mu.lokProper Adj.
পক্ষপাতিত্বমূলক আচৰণ দেখুওৱা, বিশেষকৈ জাতি, ধৰ্ম বা ভাষা আদিৰ ভিত্তিত
characterized by or showing prejudicial treatment, especially as an indication of racial, religious, or sexual bias
- বৈষ্ণবbaiṣṇabaNoun
বিষ্ণুৰ উপাসক
one who worships Visnu
- বৈষয়িকbaiṣaẏikaAdjective
সংসাৰৰ কাৰ্য্য-সম্পৰ্কীয়; সাংসাৰিক
concerning worldly affairs; worldly
- বৈয়াকৰণিকboi.ya.ko.ro.nikAdjective Adj.
কোনো এক ভাষাৰ ব্যাকৰণৰ সৈতে জড়িত বা ইয়াৰ দ্বাৰা নিৰ্ধাৰিত৷ বাক্য এটা সেই ভাষাৰ ব্যাকৰণৰ নীতি নিয়ম অনুসাৰে শুদ্ধ হোৱা বা নোহোৱা৷
relating to and determined by the grammar (of a particular language).
- বৈয়ালbaiẏālaAdjective
সহিব পৰা; সহনি গুণ থকা; শান্ত স্বভাবৰ (মানুহ)
forbearing; patient
- বৈৰভাবাপন্নboir.bha.ba.pon.noProper Adj.
স্বাৰ্থ বা হিতৰ বিপৰীতে যোৱা
contrary to one's interests or welfare
- বোকাbokāNoun
পঙ্ক; পানীৰে মিহলি হৈ কোমল হোবা মাটি
mud
- বোকাময়bo’.ka.moyAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- বোকোৰাbokorāAdjective
খোনা
a stammerer
- বোজাইAdjective
বোজা দিয়া
loaded
- বোদবুদিয়াbodabudiẏāAdjective
নিবোকা; নমতা স্বভাবৰ
taciturn; habitually silent
- বোদবুদীয়াbo`d.bu.diyaProper Adj.
কথা বতৰা বৰকৈ নোকোৱা বা কবলৈ মন নেমেলা, কথাত সাৱধানী ।
not willing to speak or not habituated to speaking much, cautious in speaking