← ফুৰি যাওক

বোকা

bokā

অৰ্থ

1.

পঙ্ক; পানীৰে মিহলি হৈ কোমল হোবা মাটি

mud

বি.

2.

পঙ্কময়

muddy

বিণ.

3.

"বোকোচা" চোবাঁ; "কোলায়ে বোকায়েঃ তুলিলোহো দুখে" (ৰুক্মিণীহৰণ)।

বি.

4.

পৰ্দ্দাত থকা মুছলমান তিৰোতা বাহিৰলৈ যাব লাগিলে পিন্ধা মুৰৰপৰা ভৰিলৈকে আবৰি থকা এবিধ সাজ।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বোকা · অসমীয়া অভিধান