← ফুৰি যাওক

বৈদ্যুতিক

baidyutika

অৰ্থ

1.

বিজুলী-সম্বন্ধীয়; বিজুলীৰ; eng >electric/eng>.

বিণ.

2.

বিদ্যুৎ বা আন কাৰণৰপৰা জন্মা আকাশৰ উৎপতীয়া লক্ষণ; যেনে-"সেহি বেলা বৈদ্যুতিক দেখি নানা মত"

ominous phenomena in the sky

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বৈদ্যুতিক · অসমীয়া অভিধান