কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰিহা ধৰাri.ha dho.raVerbal Adj.
লগৰজনে সহযোগ বা সহায় নকৰিলে নিজেও কৰিবলৈ মান্তি নোহোৱা৷
refusing to do a work unless others also assist or co-operate.
- ৰীতিমতেri.ti.mo.teAdverb
as per the rules and regulations of the land
- ৰুচ্rucIntransitive verb
মুখত ভাল লগা হ; সোবাদ লগা হ; ৰুচিকৰ হ
to be palatable
- ৰুজু কৰ্ru.ju korVerb-Trans.
কোনো গোচৰ আদি নথিভূক্ত কৰা, যেনে- আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে|
Formally record (a complaint) in writing
- ৰুটা কৰ্ru.ta korVerb-Trans.
কাঠ, ধাতু আদি খোদিত কৰি বা অলপ ওখ কৰি ৰাখি কোনো ছবি আক৷
to decorate (a surface) with raised ornament.
- ৰুণ দেrun deVerb-Intran.
পাৰই মতা
to make a low, soft sound as a dove or pigeon does.
- ৰুণিয়াru.ni.yaVerb-Intran.
পাৰই মতা
to make a low, soft sound as a dove or pigeon does.
- ৰুন্দি-খুন্দিrundi-khundiAdverb
পেট ভৰাই; দয়নিকৈ; ঠাহি-ঠাহি
to satiety; gluttonously
- ৰূদ্ধrud.dhoVerbal Adj.
যাৰ গতিত বাধা দিয়া হৈছে
something esp a motion that has been stopped
- ৰূদ্ধ কৰ্rud.dho korVerb-Trans.
(কাৰোবাৰ বা কিহবাৰ) পথত হেঙাৰ দি বাধা দে
to obstruct (someone or something) by placing obstacles in the way
- ৰূদ্ৰৰূপেAdverb
ৰুদ্ৰৰ ভয়ঙ্কৰ আকৱতি ধৰি
assuming the terrible form of Rudra
- ৰূপাঙ্কণ কৰ্ri.pang.kon korVerb-Trans.
(কোনো কৰিব লগীয়া কামৰ) প্ৰাথমিক নক্সা বা আঁচনি তৈয়াৰ কৰা
to prepare the preliminary sketch or the plans for (a work to be executed)
- ৰূপান্তৰ কৰ্ru.pan.tor korVerb-Trans.
এটা ৰূপ বা ব্যৱহাৰৰ পৰা আনটোলৈ সলনি কৰ্
To change from one form or use to another
- ৰূপান্তৰকৰণru.pan.tor.ko.ronVerbal Noun
when someone or something is converted from one thing to another.
- ৰূপান্তৰণীয়ru.pan.to.ro.ni.yoVerbal Adj.
যাক পৰিবৰ্ত্তন কৰিব পৰা যায়
something that may be converted
- ৰূপান্তৰিত কৰ্ru.pan.to.ri.to korVerb-Trans.
এটা ৰূপ বা ব্যৱহাৰৰ পৰা আনটোলৈ সলনি কৰ্
To change from one form or use to another
- ৰূপায়ণ কৰ্ru.pa.yon korVerb-Trans.
কোনো সিদ্ধান্ত, পৰিকল্পনা, ঠিকা আদি কাৰ্য্যত পৰিণত কৰা
Put a decision, plan, contract, etc. into effect
- ৰূপেrūpeAdverb
প্ৰকাৰে (এটা বিশেষণৰ পাছত থাকে); যেনে -"কোনোৰূপে"
in a certain manner
- ৰূৰুৱাইru.ru.waiVerbal Adj.
জুই জ্বলাৰ শব্দ৷ উদাহৰণ- ৰূৰুৱাই জ্বলে
The sound of flame
- ৰেক্ৰেকাrekrekāIntransitive verb
টেক্টেকা; টান আৰু ডাঙৰ মাতেৰে কথা ক
to talk loudly and harshly