ৰূপে
rūpe
অৰ্থ
1.
প্ৰকাৰে (এটা বিশেষণৰ পাছত থাকে); যেনে -"কোনোৰূপে"
in a certain manner
ক্ৰি. বিণ.
2.
আকৱতি ধৰি (এটা বিশেষ্য শব্দৰ পাছত থাকে); যেনে-"মৎস্যৰূপে অবতাৰ"
assuming a certain form
ক্ৰি. বিণ.
3.
দৰে; ভাবে; স্বৰূপে (এটা বিশেষ্য শব্দৰ পাছত থাকে); যেনে-"মিত্ৰ-ৰূপে"
in the character of
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ