কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাবিদাha.bi.daVerb-Trans.
পৰস্পৰ বিৰোধী দুজন মানুহৰ এজনক আন এজনৰ মুখা-মুখি কৰি সোধ্ ৷
To interrogate both the parties (plaintiff and defendant) in presence of each other.
- হামখুৰি খাVerb root
মুখ থেকেচা খাই বা তললৈ মুখ কৰি পৰ্
to fall on the face
- হামাৰভাৰেhāmārabhāreAdverb
প্ৰচুৰ পৰিমাণএ; বহুতকৈ
abundantly; plentifully
- হামি কাঢ়্ha.mi karhVerb-Intran.
মুখখন বহলকৈ মেলি দকৈ উশাহ ল, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাত অনিচ্ছাকৃতভাৱেই৷
To open the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom.
- হামি মাৰ্ha.mi marVerb-Intran.
মুখখন বহলকৈ মেলি দকৈ উশাহ ল, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাত অনিচ্ছাকৃতভাৱেই৷
To open the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom.
- হামিয়াha.mi.yaVerb-Intran.
মুখখন বহলকৈ মেলি দকৈ উশাহ ল, সাধাৰণতে আমনি বা ভাগৰ লগা অৱস্থাত অনিচ্ছাকৃতভাৱেই৷
To open the mouth wide with a deep inhalation, usually involuntarily from drowsiness, fatigue, or boredom.
- হামৰাও কাঢ়্Verb
শোক বা আদৰেৰে স্মৰণ কৰ্
to express sorrow or fond remembrance for one loved and respected
- হাল বাhal baVerb-Trans.
কৃষি কাৰ্য্যৰ বাবে মাটি চহ কৰ্
to plough land for agriculture
- হালখতিhal.kho.tiVerbal Noun
কোনো নিৰ্দ্দিষ্ট তিথি বা উৎসৱ-পাৰ্বণ উপলক্ষে হাল বোৱাৰ পৰা বিৰত থকা
skipping ploughing on an auspicious day or due to some festivals
- হালবোৱাhal.bo.waVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- হালি-জালিhāli-jāliAdverb
লৰি-চৰি; এবাৰ এফাললৈ এবাৰ আন এফাললৈ ঢাল লৈ
moving to and fro
- হালে-হালেhāle-hāleAdverb
দুটা দুটাকৈ; যোৰে যোৰে
in pairs
- হাল্halVerb-Intran.
To move from the normal upright position.
- হাস্hāsIntransitive verb
হাঁহ্; মুখ মেলি দাঁত উলিয়াই আনন্দ প্ৰকাশ কৰ্
to laugh
- হাহাকাৰ লাগ্ha.ha.kar lagVerb-Intran.
সংকটৰ সন্মুখীন হ
to fall in a crisis
- হাড় ভঙাhar bho.ngaVerbal Noun
শৰীৰৰ কোনো হাড় ভাগি যোৱা বা তাৰ ফলত হোৱা অৱস্থা
the breaking of a bone, cartilage, or the like, or the resulting condition
- হাড়-কঁপোৱাhar-ko~.po`.waVerbal Adj.
অতি ঠাণ্ডা, সাধাৰণতে কঁপনি উঠা
a sensation of cold, usually with shivering
- হায়ৰাণ কৰ্hai.ran korVerb-Trans.
অহৰহ আমনি কৰ্ অথবা শাৰীৰিক বা মানসিক ভাৱে অশান্তি কৰ্
to annoy continually, disturb physically or mentally
- হাৰ মান্har manVerb-Trans.
To give up or hand over oneself, esp. to enemy
- হাৰা-হাৰিকৈhārā-hārikaiAdverb
বেছি হোবাটোৰপৰা কাটি আনি কম হোবাটো পূৰ কৰি; কটা-কটিকৈ ভগা-ভগিকৈ
in just proportion